.
আজি কালিৰ লৰা-ছোৱালীবোৰৰ যে কি হৈছে অনবৰতে মোবাইলটো কাণত বা হাতেৰে খুচৰি থাকে নাজানো মোবাইলটোত যে কি বিচাৰি পায় সিঁহতে ? সঁচা কথা ক'ব গলে একালত মই ও বাকী বোৰৰ দৰে পঢ়া শুনা এৰি মোবাইলৰ লগতে আছিলো কিন্তু এতিয়া হে বুজিব পাৰিছো মই তেতিয়া কিমান এটা ভুল কাম কৰি আছিলো সেয়েহে বন্ধু বান্ধবী সকল অবাবত মোবাইলত সময় নষ্ট নকৰিব নহলে পিছত পচতাই লাভ নাই কাৰণ মোবাইলটো তোমাক একো নিদিয়ে বৰঞ্চ ধ্বংশ হে কৰিব……………অতি সনকালে আপনালোকৰ মাজত এইটোৰ ওপৰত এটা কাহিনি আহি আছে। ..... coming soon guys .....
Comments