সুখ-দুখ ,হাঁহি-কান্দোনৰ
সমষ্টিয়েই জীৱন ;
পোৱা নপোৱা
আশা নিৰাশাৰ মাজত
চলি যায় জীৱন ....!!
অকলে আহিছা ,অকলে যাবা
এই জীৱন যাত্ৰাত
তুমি.......
কাক পৰ , কাক আপোন বুলিবা...!!
সমষ্টিয়েই জীৱন ;
পোৱা নপোৱা
আশা নিৰাশাৰ মাজত
চলি যায় জীৱন ....!!
অকলে আহিছা ,অকলে যাবা
এই জীৱন যাত্ৰাত
তুমি.......
কাক পৰ , কাক আপোন বুলিবা...!!
Comments